নৈ -সৰ্বানন্দ কাকতি

©Admin
0
নৈ আৰু ম‌ই 
আমি বৰ আপোন 
ইটো আনটোৰ ।

বোৱতী নৈৰ আজন্ম প্ৰেমিক
বৈ যোৱা নৈখন
মোৰ প্ৰিয় 
ম‌ইও বোলে বৰ প্ৰিয় নৈখনৰ ।

যৌৱনা নৈখনৰ 
উন্মাদনাও মোৰ প্ৰিয়
বৈ যোৱা নৈখন
মোৰ প্ৰিয় ।

নৈৰ সতে নিজানত ম‌ই কথা পাতো
আমাৰ সুখ আৰু দুখৰ 
বৈ যোৱা নৈখন
মোৰ প্ৰিয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)