২৯ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।
১/ আজিৰ দিনটোতে ১৯২০  চনত হাঙ্গেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
২/ আজিৰ দিনটোতে ১৯৫৬  চনত পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয়।
৩/আজিৰ দিনটোতে ১৮৯২ চনত  আমেৰিকাল ভাস্ক্যৰ্য শিল্পী
  আগষ্টা ছেভেজৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৯৬ চনত  ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।মোৰাৰজী দেশাইৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ২০০৮চনত  অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)