সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক কিমান চনত লুইত কণ্ঠ উপাধি প্ৰদান কৰিছিল?
উত্তৰ -২০১৭ চনত।
২/ জাতীয় শিক্ষানীতি ১৯৮৬ ত গ্ৰহণৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল?
উত্তৰ - ৰাজীৱ গান্ধী।
৩/উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজ খন কোনখন চহৰত  অৱতৰণ কৰা হৈছিল?
উত্তৰ - যোৰহাট।
৪/ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো?
উত্তৰ - আৰাৱলী।
৫/ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয়?
উত্তৰ - উচ্চতম ন্যায়ালয়।
৬/নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে?
উত্তৰ - হাওঁফাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)