৯ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৫টা দিন  বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা  হ'ল -
১/ আজিৰ দিনটোতে ১৯০০  চনত ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।
২/ আজিৰ দিনটোতে১৯৭১ 'চনত  এপল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।
৩/ আজিৰ দিনটোতে ১৯৮৬  চনত সৌৰজগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
৪/ আজিৰ দিনটোতে ১৯০৭  চনত  গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা বিনোদিনী ৰমনভাই নীলকণ্ঠৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে 
১৯৩০  চনত  অসমীয়া গৱেষক, সংগীতজ্ঞ আৰু সাহিত্যক কেশৱানন্দ দেৱগোস্বামীৰ  জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৯৮৪ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী 
বালাসৰস্বতীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)