বৃষ্টি- কংকন ডেকা

©Admin
0
হৃদয়ৰ গোলাপ
উঠিছিল ফুলি,
তুমি দিলা
চিঙি-ভাঙি।
মনত তোমাক
দিছিলোঁ স্থান,
সেয়ে তুমি
দিলা মোক
আচল মান।
অতীতৰ প্ৰেমৰ বৃষ্টি
এতিয়া যে
কৰিছে
আহুকালৰ সৃষ্টি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)