জেলৰ বন্দীত্বক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰা মানুহজন•নৱজ্যোতি কাশ্যপ

Rinku Rajowar
0
চন ১৯৩২ ৰ কথা! শিলচৰ কাৰাগাৰত বন্দী হৈ থকা সময়তেই জেলৰ বন্দীত্বৰ অভিশাপৰ সময়খিনিক আশীৰ্বাদলৈ সলনি কৰাৰ হেঁপাহেৰে তেওঁ প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিলে আৰু তাৰ বাবে যাৱতীয় কাহিনী- চিত্ৰনাট্য লিখাৰ কাম আৰম্ভ কৰিলে। জ্যোতিপ্ৰসাদৰ উক্ত ‘জয়মতী’ৰ কাহিনীৰ আধাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটক।
         এনেদৰেই জেলৰ ভিতৰৰ সময়খিনিক আশীৰ্বাদলৈ ৰূপান্তৰিত কৰি তেওঁ দি থৈ গ'ল অসমক অসমীয়া বোলছবিজগতৰ বাবে সোণালী বাৰ্তা, তেওঁ হৈছে অন্যতম শ্ৰেষ্ঠ অসমীয়া "জ্যোতিপ্ৰসাদ আগৰৱালা"।

তথ্য উৎস- সাৰথি
ফটো উৎস- পকী(জ্যোতি সংগ্ৰহালয়)

✍🏻 নৱজ্যোতি কাশ্যপ
      দৰং জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)