পিংকি শৰ্মাৰ কবিতা •নিভাজ কোণত প্ৰেমৰ অংকুৰণ

Rinku Rajowar
0
হৃদয়ৰ উৰ্বৰতাত থকা
 প্ৰিয় শব্দ প্ৰেম......
যাৰ নিশ্বাস প্ৰায়চিত্ত কৰে
দুখৰ বেদনা.…....
এদিন.........
প্ৰেমৰ চাৱনিয়ে মোক আৱৰি ৰাখিছিলা.…..
হৃদয়ৰ কোনোবা এটা কোঠাত
এসাগৰ  মৰমে......।
প্ৰেম আৰু ভালপোৱা
হৃদয়ৰ মহাশূন্যত উলমি আছে....
যাৰ স্পৰ্শে পাহৰাই
হৃদয় দুখৰ ছাঁ........
প্ৰেমৰ উৎসৱ মৰম অথবা ভালপোৱা...
হৃদয়ৰ সমগ্ৰ সত্ত্বা
তেজৰ চিয়াঞীয়ে লিখিলো
তোমাৰ নাম..........
প্ৰতিটো মূহুৰ্ততে
হৃদয়ত আৱৰি ৰাখিম তোমাক.....
মোৰ হৃদয়, জড়িত বহু স্বপ্ন
বৰ্তমান নতুবা ভবিষ্যতৰ.....
তোমাক লৈ..............

✍️ পিংকি শৰ্মা।
টিয়ক, বনাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)