২৩ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২৩ ফেব্ৰুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন বাকী থাকে।
এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯১১ চনত অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে 
১৯৫৭ চনত  ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক মামাং দাইৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে 
১৯৫৮ চনত  ভাৰতীয় অভিনেত্ৰী নাজনীনৰ জন্ম হৈছিল।
৪/আজিৰ দিনটোতে ১৮২১ চনত ইংৰাজ কবি জন কীটছৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে 
১৮৫৫ চনত  জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী 
 কাৰ্ল ফ্ৰিডৰিখ গাউছৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে 
১৯৫২ চনত অসমীয়া সংগীতজ্ঞ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)