মৃত্যু - ধনঞ্জয় দাস

©Admin
0
মই মৃত্যু,
মই অজেয়,
মোৰ ওচৰত ৰামো পৰাজিত।
ৰাৱণো পৰাজিত,
কৃষ্ণও পৰাজিত,
 কংসও পৰাজিত,
হে দীপক,
তুমি শোক সন্তপ্ত হৈছা যদিও
ভাগি নপৰিবা।
স্থিতপ্ৰজ্ঞ হোৱা,
কাৰণ মই মৃত্যু,
চিৰ শ্বাশ্বত ।

✍️ধনঞ্জয় দাস
          তেজপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)