সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?
উত্তৰ :-শৈলধৰ ৰাজখোৱা ।
২/স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
উত্তৰ -হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷
৩/ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ -নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷
৪/অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰ - “চন্দ্ৰকান্ত অভিধান” ১৯৩৩ চন ৷
৫/কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
 উত্তৰ -কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷
৬/কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
উত্তৰ -নৰনাৰায়ণ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)