১৬ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
১৬ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৮টা দিন  বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা  হ'ল -
১/ আজিৰ দিনটোতে ১৯২৫ চনত  অসমীয়া গৱেষক, ভাষাবিদ, কবি, অভিধান প্ৰণেতা প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯৩২ চনত  ভাৰতীয় উদ্ভিদ বিজ্ঞানী অৰ্চনা শৰ্মাৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৪৪ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক দাদাচাহেব ফাল্কেৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে 
১৯৮৩ চনত ভাৰতীয় বিপ্লৱী কল্যাণী দাসৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)