বকুল দেশৰ প্ৰেমিক-চাদ্দাম হুছেইন

Rinku Rajowar
0
তুমি দূৰতেই থকা
   আশা আৰু সান্তনাই
   থাকক মোৰ সʼতে ।

   হেৰাই যোৱা জীৱনৰ ছন্দ বিচাৰি
   নাখাওঁ হাবাথুৰি ,

   নাযাওঁ দুনাই সৌ
   বকুলৰ দেশলৈ 
   মন গ'লে আহিবা 
   উভতি যোৱাকৈ !

✍️চাদ্দাম হুছেইন
ৰঙিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)