ফাগুন• মিন্টু গোৱলা

Rinku Rajowar
0
লঠঙা গছজোপাই কৈ যায়,
ফাগুন আহিল বুলি।

এছাতি পছোৱা বতাহেও
 মনতো চুই যায়।

ফাগুনৰ পলাশ ,শিমলুৰ ফুলবোৰেও
 কৈ যায় ,জীৱনৰ ন ন কথা।

উকাময় জীৱনৰ সংগীবিহীন পৰশে 
হিয়াই বিনাই প্ৰতি পল ।

সৰা পাতবোৰে কৈ যায়,
 জীৱন জীয়াৰ গান ।

ধূলিয়ৰি বাটত হেৰাই যাওঁ,
ফাগুনৰ মতলীয়া ফাকুত।

                                  
✍️মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)