তোমাৰ অনুভৱত-দানিয়েল ওৰাং

©Admin
0
তুমি তুমি লগা অনুভৱৰ পদূলিত 
তুমি ৰোৱা শেৱালিৰ সুগন্ধি 
কুঁৱলীৰ সিপাৰে জুমি চাওঁ তোমালৈ? 
কিজানিবা দেখা পাওঁ 
তোমাৰ উভতনি যাত্রা এদিন.........
জোনাক ভৰা আকাশত তৰাৰহতে
গণোক্ষণ তোমাৰ অনুভৱ বুকুত সাৱতি 
শুই পৰো দুৱৰী দেশত ।।
তোমাৰ হ্নদয়ত চাগে
লকডাউন লাগিল 
মোৰ প্ৰেমৰ মহামাৰীৰ বাবে 
প্রত্যুত্তৰৰ অপেক্ষাত
অন্তহীন মোৰ অনার্শন জীৱন।।
মই জানো শিলদৃশ তোমাৰ হ্নদয় 
তথাপি প্ৰতিদিন তোমালৈ বাট চাই থাকিম.......
জীৱনৰ প্ৰতিদিন ঘহি আচোৰ পেলাম 
চুৰ কৰিম তোমাৰ প্ৰণয়।। 
          
           ✍️দানিয়েল ওৰাং
           জিলা - ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)