সপোন-দানিয়েল ওৰাং

Rinku Rajowar
0
মোৰ জীৱনৰ অলেখ সপোন 
আকাশৰ তৰাৰ দৰে।।
ক'ৰবাত লুকাই থকা 
কপালৰ লিখনিৰ নাচোন.....
নাজানো কি ৰাগ:কি তাল: কি অলংকাৰ....
মাথো সপোনৰ দাপোন বোৱাই আনে।।
সুৰৰ ঝংকাৰ.....এখনি
মোৰ হৃদয়ৰ দাপোনখন
প্ৰতিফলিত হয় তাত হেজাৰ সপোন..... 
নাজানো কি তাৰ স্বৰূপ দেখোন।।
কি তাৰ লক্ষ্য ...
কি তাৰ পৰিকল্পনা ....
তথাপিও সদায় খোলা হৈ থাকে 
মোৰ বিলীন সপোনৰ জপনা।।
       
নাম - শ্রীদানিয়েল ওৰাং
জিলা- ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)