একাগ্ৰতা -সংযুক্তা দত্ত

©Admin
0
একাগ্ৰ হৈ কাম কৰিলে। আমি যিকোনো কামতে সফলতা লাভ কৰিব পাৰোঁ। একাগ্ৰতা অবিহনে আমি কেতিয়াও কোনো কাম কৰিব নোৱাৰো।অধ্যয়নৰ প্ৰতি যেনেদৰে আমাৰ একাগ্ৰতা থাকিব লাগে।ঠিক তেনেদৰে আমাৰ আন যিকোনো কামৰ প্ৰতিও একাগ্ৰতা থকা উচিত। একাগ্ৰতাই কাম এটা একান্ত মনে কৰা বুজায়।একাগ্ৰ হৈ কাম কৰিলে আমাৰ সহজে কামটোও হয়।আৰু সেই কামত আমি সফল হ'ব পাৰোঁ। আমি আমাৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ থকা উচিত। যেনেদৰে  অৰ্জুনে মাছৰ চকুটোৰ প্ৰতি একাগ্ৰ হৈ আছিল। অৰ্থাৎ মাছৰ চকু প্ৰতি লক্ষ্য  ৰখাৰ বাবে হে মাছটো গাত কাড় ডাল লগাব পাৰিছিল । ঠিক এনেদৰে আমিও আমাৰ লক্ষ্য দিশে একাগ্ৰ হৈ থাকিব পাৰিলেহে সফল হ'ব পাৰিম ।

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)