ব্যর্থতাৰ অনুভৱ -দিশান্ত ডেকা

@admin
0
মোৰ অনুভৱী হিয়াখনক

 ব্যস্ততাবোৰে যেন হৰি নিলে আজি ‌

উকা কাগজত চিয়াহীৰে

ব্যক্ত কৰোঁ বুলিও চোন

 কৰিব পৰা নাই আজি একো অনুভৱ ।

হয়তো শব্দবোৰে আজি

 অভিমান কৰিছে মোক । ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)