মোৰ দেশ মহান-সৰিফুল আলম

Unknown
0
কৰিছোঁ তোমাক সহ‌স্ৰ প্ৰণাম 
মোৰ দেশ তুমি মহান
ভাল পাওঁ অজস্ৰ তোমাক
মোৰ দেশ তুমি মহান।
শ‌ইচ -সেউজীয়া , প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা
দেশ মোৰ অতীজৰে পৰা
জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে
বাস কৰো আমি ‌এক সমিল মিলে ।
পাহাৰে ভৈয়ামে মোহিত কৰে
বিভিন্ন সংস্কৃতিয়ে ।
ভাল পাওঁ অজস্ৰ তোমাক
মোৰ দেশ তুমি মহান।
আকাশে বতাহে উৰিছে আজি
তোমাৰেই জয়ধ্বনি।
তোমাৰ বুকুতেই ললোহি জনম
তোমাৰ হকেই সে‌ৱা  আগবঢ়াম আজীৱন। 
যাম আমি আগুৱাই যাম 
দেশৰ হকে আগবঢ়ি যাম।
নকৰোঁ আজি আমি কুণ্ঠা‌বোধ 
দেশৰ হকে প্ৰাণ দিবলৈ।
গৌৰাম্বিত আৰু উচ্ছস্বৰে আজি কম
মোৰ দেশ তুমি মহান।
ভাল পাওঁ অজস্ৰ তোমাক
কৰিছোঁ সহস্ৰ প্ৰণাম তোমাক
মোৰ দেশ মহান।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)