ফুলপাহ - ৰঞ্জু বৰদলৈ

©Admin
0
লাহি পাহি গােলাপ পাহি দেখি,
মনতে  উলাহ ৷
বগা তগৰ পাহৰ সুগন্ধতে
বিভােৰ হৈ সকলাে মায়া
পাহৰি যাওঁ যাওঁ ৷
স্নেহৰ ফুলনিখনত আছে ,
কিছুমান ফুলৰ সুগন্ধ আৰু দুৰ্গন্ধ ৷
আছে কাৰোবাৰ গােন্ধ ,
আছে কাৰােবাৰ সৌন্দৰ্য্য ৷
কােনােবা ফুলৰ আকৌ গােন্ধ আৰু , 
সৌন্দৰ্য্যতাই আমাক কৰে আলসুৱা । 
কিন্তু ফুলনিখনৰ সকলাে ফুলেইতাে,
নিজকে ধুনীয়া বুলি জকমকাই ফুলে ৷
মালীয়ে আহি ফুলনিৰ যিবােৰ 
ফুল সুগন্ধ মনােমােহা,
সেইবােৰকেই ৰাখে সযতনে ৷
যিবােৰ গােন্ধহীন,সৌন্দৰ্য্যহীন সেই
ফুলক মালীয়ে ফুলনিখনৰ পৰা
উঘালি তুলি লৈ যায় ৷
       
✍️ ৰঞ্জু বৰদলৈ
ঠিকনা : কাৰ্বি আংলং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)