ইমানো অপেক্ষা নকৰাবা -চাদ্দাম হুছেইন

Rinku Rajowar
0
অনুবাদ কবিতা( বাংলা )
মূল -( অপেক্ষা, বাংলা) 
কবিৰ নাম: সালমান হাবীব

অসমীয়া অনুবাদ - চাদ্দাম হুছেইন 
                       ৰঙিয়া,  কামৰূপ

পিছলৈ এদিন ঘূৰি আহি চাবা 
তুমি অহাৰ আগেয়েই ;
মৃত্যু আহি মোক লৈ গৈছে ,

যিহেতু মৃত্যুৰ অভিধানত
‘অপেক্ষা’ বুলি কোনো শব্দ নাই ।

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)