১৫ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

১৫ মাৰ্চ  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭৪তম  দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯৩৫ চনত ভাৰতীয় ৰাজনীতিবিদ কাঞ্চি ৰামৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতীয় বিজ্ঞানী সুনেত্ৰা গুপ্তাৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৯৩  ভাৰতীয় অভিনেত্ৰী 
আলিয়া ভাটৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ৪৪ খ্ৰীষ্টপূৰ্ৱ ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ জুলিয়াছ চিজাৰৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৭৮ চনত অসমীয়া ঢোল বাদক মঘাই ওজাৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৮৪ চনত ভাৰতীয় দাৰ্শনিক কালিদাস ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)