নীলা চৰাই-অজয় দাস

©Admin
0
নিস্তব্ধ ৰাতি ...!
পাগল পথ ...

অস্পষ্টকৰ হৈ উঠে
অতৃপ্তিৰ চেঁচা বতাহজাক ।

এটি নিনাদ সুৰেৰে
চিঞৰি আছিল সেই চৰাইটো,

এটি নীলা চৰাই।

তেওঁ বুটলিব খুজিছিল
এটি সন্ধিয়াৰ সুৰ,

বিচাৰি নোপোৱাত
ভাগৰি পৰা
চৰাইজনীয়ে বুটলি লয়
এবুকু কাতৰ মণি !

  ‌‌  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)