১৬ মাৰ্চ-আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
***জন্ম***
১৭৮৯ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ।
১৯০১ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
১৯৩৫ - ৱাজিদা তাবাচ্চুম, ভাৰতীয় লেখিকা, কবি আৰু গীতিকাৰ।
১৯৪৩ - দিলীপ কুমাৰ বৰুৱা, অসমীয়া শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
১৯৫৮ - মণি কুমাৰ চুব্বা, ভাৰতীয় ৰাজনীতিবিদ।
**মৃত্যু**
১৯৬৮ - ডেভিদ মেকমিলান, স্কটিছ ৰসায়নবিদ।
১৯৭২ - চন্দ্ৰপ্ৰভা শইকীয়ানী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী।
১৯৮৬ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
২০২১ - মওদুদ আহমেদ, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
**দিৱস**
ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস (ভাৰত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)