মূৰত হাতত কলম
টো তুলি তোমালৈ
এখন চিঠি লিখিব উলাইছো।
চিঠি কেনেকৈ লিখে
বা লিখা হয়
মই নাজানোঁ ।
আশা কৰোঁ তুমি
কুশলে আছা।
তুমি এৰি যোৱাৰ
পিছৰ পৰাই মোৰ
হৃদয় খন এখন
ওকা কাগজৰ দৰে
হৈ পৰিল ।
তোমাৰ সেই স্মৃতি
বোৰে মোক বৰকৈ আমনি কৰিব ধৰিছে । তোমাৰ মোৰ কথা এবাৰ জানিবলৈ মন নাযাইনে ? মই কেনে আছোঁ ? কি কৰিছোঁ ? মই জানোঁ তুমি
মোক খং কৰিবা
এই চিঠিখন দেখি । তোমাৰ মোৰ মনত কেনেকুৱা অনুভৱ
হয় মই নাজানোঁ ।
কিন্তু মোৰ মনত
তুমি সদাই অপেক্ষা
হয় থকা । মই
সদাই অপেক্ষা কৰোঁ
তুমি আহিবা বুলি ।
'অ ' তোমাক ক'ব পাহৰিছিলোই মই
এতিয়া সৰু
পাইভেট চাকৰি
এটা কৰিছোঁ ।
আজি কালি এই
চাকৰি টো কৰি
নিজৰ জীৱন টোৰ সলনি কৰিব চেষ্টা কৰিছোঁ । মই সদাই মোবাইলত তোমাৰ
ফোন বা মেছেজ
এটা অপেক্ষা কৰি থাকোঁ যেন তুমি
এটা ফোন কৰিবা । এইখিনিতে আজিলৈ সামৰিছো আৰু
লিখিব নোৱাৰিছো মই........
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ