অপেক্ষা-পংকজ ডেকা

@admin
0
আজি বহুদিনৰ 
মূৰত হাতত কলম
 টো তুলি তোমালৈ  
এখন চিঠি লিখিব উলাইছো। 
চিঠি কেনেকৈ লিখে 
বা লিখা হয় 
মই নাজানোঁ ।
 আশা কৰোঁ তুমি 
কুশলে আছা। 
তুমি এৰি যোৱাৰ 
পিছৰ পৰাই মোৰ
 হৃদয় খন এখন 
ওকা কাগজৰ দৰে 
হৈ পৰিল । 
তোমাৰ সেই স্মৃতি 
বোৰে মোক বৰকৈ আমনি কৰিব ধৰিছে । তোমাৰ মোৰ কথা এবাৰ জানিবলৈ মন নাযাইনে ? মই কেনে আছোঁ ? কি কৰিছোঁ ? মই জানোঁ তুমি 
মোক খং কৰিবা 
এই চিঠিখন দেখি । তোমাৰ মোৰ মনত কেনেকুৱা অনুভৱ 
হয় মই নাজানোঁ । 
কিন্তু মোৰ মনত 
তুমি সদাই অপেক্ষা
 হয় থকা ।‌ মই 
সদাই অপেক্ষা কৰোঁ 
তুমি আহিবা বুলি ।
 'অ ' তোমাক ক'ব পাহৰিছিলোই মই 
এতিয়া সৰু  
পাইভেট চাকৰি 
এটা কৰিছোঁ । 
আজি কালি এই 
চাকৰি টো কৰি 
নিজৰ জীৱন টোৰ সলনি কৰিব চেষ্টা কৰিছোঁ । মই সদাই মোবাইলত তোমাৰ 
ফোন বা মেছেজ 
এটা অপেক্ষা কৰি থাকোঁ যেন তুমি
 এটা ফোন কৰিবা । এইখিনিতে আজিলৈ সামৰিছো আৰু 
লিখিব নোৱাৰিছো মই........

                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)