প্ৰেমৰ অধিকাৰ•দিৱ্যজ্যোতি মালো

Rinku Rajowar
0
তোমালৈ এখন ৰক্তিম চিঠি,
    ইয়ালৈ আছে মাথোঁ অধিকাৰৰ স্থিতি।
তুমি মোৰ উশাহ,
    তুমিয়েই মোৰ নিশাহ।
তোমাৰ বাহিৰে নাই আন কাৰো,
    এই হৃদয়ত প্ৰেমৰ ভিটা।
বৰষুণৰ দৰে সেমেকা,
    ফুলৰ দৰে কোমল।
তোমাৰ সেই অধৰ দুটিত,
    আছে মাথো ভালপোৱা।
নাই তুমি তথাপিও,
    ভাল পাই আছোঁ জানা।
অনুভৱী হিয়া মোৰ মাদকতাত ভৰা,
    সৰু এই হৃদয়লৈ,
প্ৰেমৰ অধিকাৰ মাথোঁ তোমালৈ।

•দিৱ্যজ্যোতি মালো
মালিবাৰী সত্ৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)