ল'ৰালিৰ অতপালিবোৰ-পল উৎপল গোহাঁই

Rinku Rajowar
0
নাই আজি সেই দিন
যি দিনত
আমি একেলগে
গছৰ ছাঁত বহি
ইজনে সিজনৰ
মনৰ কথা পাতিছিলোঁ
মনত পৰে কেতিয়াবা
সেই দিন বোৰলৈ ,
ঘূৰি আহিব নে আকৌ
সেই দিনবোৰ
সচাঁই
ল’ৰালিৰ দিনবোৰ
কিযে মধুময় আছিল ৷
নাই নেপাম চাগে
সেই ল’ৰালিৰ অতপালিবোৰ ৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)