সাধাৰণ জ্ঞান - কুইজ

©Admin
0

১/কাবাডী খেলত ‘কেণ্ট’ মানে কি ?
উত্তৰ -কাবাডীখেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ সলনি নকৰাকৈ নিজৰ ক’ৰ্টলৈ উভটি অহাকে কেণ্ট বোলে ৷

২/কাবাডী খেলত ‘ৰেইডাৰ’ মানে কি ?
 উত্তৰ -কেণ্ট বিপৰীত পক্ষৰ ক’ৰ্টত প্ৰৱেশ কৰাকে ৰেইডাৰ বোলে ৷

৩/ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান ?
 উত্তৰ -৮ গজ ৷

৪/গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন ?

 উত্তৰ -মীৰা শৰ্মা ৷

৫/অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?

 উত্তৰ -জেদ জেনছেন ৷
৬/হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
 উত্তৰ -গিয়াচুদ্দিন আউলিয়াই ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)