পৱিত্ৰ ৰমজান -সৰিফুল আলম

©Admin
0
সুদীৰ্ঘ এঘাৰটা মাহৰ অন্তত 
আগমণ হয় যাৰ তাৰ নামেই পৱিত্ৰ ৰমজান।
পৰিৱৰ্তনৰ দিশে আগ বাঢ়িছে আজি
প্ৰতিটি সমাজ , প্ৰতিটি হৃদয়
তোমাৰ প্ৰাকক্ষণত পৱিত্ৰ ৰমজান ।
আমিও পাব বিচাৰো গুনাহৰ  পৰা পৰিত্ৰাণ
তোমাৰ হতুৱাই পৱিত্ৰ ৰমজান ।
ৰাখোঁ ৰোজা পঢ়ো কোৰআন
মাগফিৰাতৰ মাহ ৰমজান।
এই মাহতেই পূণ্যতা লাভ কৰাৰ সম্পূৰ্ণ সুযোগ
ইবাদতৰ হতুৱাই 
হে বিশ্বকৰ্মা ,
এই ৰহমতৰ মাহতেই সমগ্ৰ বিশ্বজুৰি
তোমাৰ ৰহমত নাযীল কৰা।।



           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)