ফাগুন-দিৱ্যজ্যোতি মালো

Rinku Rajowar
0
ফাগুন তুমি বৈ থাকানা
    পলাশ-শিমলূৰ মাজত
        বুকুত ভৰা উদাহীনতা
            থাকিব জানো বতাহ।
ওঁঠত-ওঁঠ লাগিলে যানা প্ৰেমৰ অনুভূতি হয়,
    ফাগুন তুমি বৈ থাকানা বসন্তৰ আগলৈ,
        যেতিয়া তুমি থাকা দূৰে তৰাস লগা হয়।
            আঁৰত থকা বুকুৰ বিষাদ,
                বুজাব নোৱাৰা মই।
পুৱাৰ কাঁচলিত বৈ থাকা যেতিয়া,
প্ৰমত্ত উশাহ লৈ
ফাগুন তুমি বৈ থাকানা
বসন্তৰ আগলৈ।


✍️দিৱ্যজ্যোতি মালো
ঠিকনা: মালিবাৰী সত্ৰ,বকো,        
           কামৰূপ,অসম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)