অনুভৱ মোৰ জীৱনৰ-ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
সূৰুয উঠা প্ৰান্তৰত মোৰ জীৱন 
আৰম্ভ হয় ৷
আইৰ দুবাহুত  উশাহৰ আলোক বয় ,
ল’ৰালি  দিনৰ সোঁত অজানিতে এনেদৰে সসীম  হয় ৷
বসন্তৰ পৰশত জীৱনৰ ধুমুহা কিয়নো ঘনে বয় ৷ 
আবেগৰ ৰণত চকুৱে কয় 
নীলিম  আকাশৰ  জোনাকত কিনো বিচাৰি ফুৰো ? 
তলসৰা  আশাবোৰত 
কিনো ৰং সানো  ৷


 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)