তমোৰাশিত আগুৱাই যেন ভুৱন।
পূৰ্ব দিশৰ পৰা পশ্চিমৰ সেই,
পাহাৰৰ আঁতৰ যেন অৱসন্ন তপন।
সৰোবৰৰ পাৰত মোৰ সৰু পজাঘৰ,
সুৱৰ্ণ ভানুৰ সুৰ্ৱণ দ্যুতিত।
ৰক্ত নলিনী যেন দিশহাৰা মনত,
এই মানৱ জীৱন বাগৰে কিদৰে,
প্ৰতিটো আবেলিত।
✍️দিব্যজ্যোতি মালো
কামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ