সম্বন্ধ••নিবেদিতা দাস কলিতা

Unknown
0
" আজি দাদা আহিব ৰাতিপুৱাই পৰিয়ে ফোন কৰিছিল "
বহুত দিন হ'ল গাঁওৰ সেই সতেজ মাটিৰ গোন্ধ পোৱা পাচলি খোৱা নাই"
ৰিধিয়ে অনুজক কথাখিনি ক'লে কৰ্ম সূত্ৰে তেওঁলোক গুৱাহাটীত থাকে ।আজি গাঁওৰ ঘৰৰ পৰা অনুজৰ ককায়েক আহিব ।
ৰিধিৰ কথাত আওকাণ কৰি অনুজে ক'লে " ককাইদেউক তুমিয়ে ক'বা আহোতে যেন  পৰিপাটিকৈ আহে ইয়াত মই যাতে লাজ পাব নালাগে।"
"ইমান নিষ্ঠুৰ তুমি কেনেকৈ হ'ব পাৰিলা অনুজ? আজি তুমি এইখিনি দাদাৰ বাবে হ'লা মোৰ লাজ লাগিছে এনেকুৱা নীচ মনৰ মানুহজন মোৰ স্বামী "।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)