নাজানো এইয়া কি ••কংকন বেজবৰুৱা

Unknown
0
নাজানো কিয়বা তোমাৰ মৌ-সনা হাঁহিটোৱে
মোৰ তলা লগা মনক চুৰি কৰি নিলে

নীলিম নীলিম তোমাৰ চকুৰ চাৱনিয়ে 
মোৰ মন‌ পিচল মাটি যেন কৰি তুলিলে

পূৰ্ণিমা নিশাৰ জোনটিৰ দৰে তোমাৰ প্ৰতিচ্ছবিয়ে
মোৰ হৃদয়ৰ নিজৰাত কুলু কুলু ধ্বনি কৰিবলৈ লৈছে

নিশাৰ অন্ধকাৰত পোহৰ নেদেখা মন 
আজি দেখোন তোমাৰ নামত পোহৰ হৈ পৰিছে

নাজানো এয়া কি?
আজি দেখো প্ৰতিটো পল তুমি তুমি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)