অণুগল্প: দীনতা-দানিয়েল ওৰাং

Rinku Rajowar
0
ৰাতিপুৱা হোৱাৰ লগে লগে কুঁৱলীখিনি  কোঠাটোলৈ সোমাই আহিল। জোনমণিয়ে  জুইকুৰা জ্বলাই দিলে। 
- বৰ ভোক লাগিছে, মা  কিবা খাবলৈ আছে নেকি? 
- তই অলপ পঢ়ি ল। মই ভাত ৰান্ধিছোঁ।
জোনমণিয়ে আখলৰ জুইকুৰা জ্বলাই দিলে। এঘন্টাৰ পাছত জীয়েকে মাতিলে, " মা হ'লনে ? মোৰ  স্কুল যোৱা সময় হৈছে। ভাত হ'লে খাবলৈ মাতিবা।
 
জীয়েকে টোপনিৰ পৰা হাৰ পোৱাৰ পাছত চকুপানীখিনি মচি জোনমণিও বিচনাৰ পৰা নামিল। আখলত তেতিয়া জুইকুৰা নুমাইছিল , চৰুটোত ৰান্ধিবলৈ খুদকণ এটাও নাছিল। 

 
✍️দানিয়েল ওৰাং, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)