৭ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

৭ মাৰ্চ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৫তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০০টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৯২২ চনত ৰাছিয়ান গণিতজ্ঞ অল্গা লেডিজেংস্কায়াৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৯২৫ চনত ভাৰতীয় লেখক  ৰবীন্দ্ৰ কেলকৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৩২ চনত অসমীয়া গৱেষক আৰু জীৱনীকাৰ নন্দ তালুকদাৰৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯৫২ চনত ভাৰতীয় সন্যাসী পৰমহংস যোগানন্দৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ১৯৯৯ চনত আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক ষ্টেনলি কুবৰিকৰ মৃত্যু হৈছিল ।

৬/ আজিৰ দিনটোতে ২০১২ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক ৰবি শংকৰ শৰ্মাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)