সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে ।
২/আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৬৬৯ চনত ।

 ৩/অসমত বন গৱেষণা কেন্দ্ৰ ক’ত আছে ?
উত্তৰ: যোৰহাটত আছে ।
৪/ কোনখন মহাসাগৰত’ বাৰ্মুদ্ৰা ত্ৰিভূজ’ অৱস্থিত ?
উত্তৰ: ভাৰত মহাসাগৰ ।
৫/হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ: ৬৪০ খ্ৰীষ্টাব্দত
৬/ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত ।
৭/প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: ১১৯১ চনত।
৮/ ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)