৮ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

৮ মাৰ্চ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৯টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ১৮৯৩ চনত অসমীয়া শিক্ষাবিদ ৰাজবালা দাসৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৯০৮ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লোকনাথ বলৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯১৬ চনত  ভাৰতীয় সাহিত্যিক অন্নপূৰ্ণা গোস্বামীৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৫৩৪ চনত ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক ৰাণী কৰ্ণাৱতীৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ১৭০২ চনত ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ মৃত্যু হৈছিল।

৬/  আজিৰ দিনটোতে আন্তৰ্জাতিক নাৰী দিৱস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)