হেঁপাহ - দানিয়েল ওৰাং

©Admin
0
ছাৰে সোধা সহজ প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰিলে আজিও নবীনে ।উত্তৰ  দিব নোৱাৰাত ছাৰৰ ভীষণ খং উঠিল। নবীনক দুবেত মান দিবলৈ ছাৰৰ মন গ'ল।  কিন্তু ছাৰে নোকোবালে। পুষ্টিহীনতা ৰোগত ভোগা মলিন মুখৰ  নবীনে হয়তো আজিও ৰাতিপুৱা একো নোখোৱাকৈ স্কুললৈ আহিছে ছাগে ।  দুখীয়া নবীনৰ প্রতি ছাৰৰ বুকুত প্রবল অনুকম্পাৰ সৃষ্টি হ'ল। "মধ্যাহ্ন ভোজন'"ৰ ভাতসাঁজৰ প্রতি তাৰ যে কিমান হেঁপাহ। 

         ✍️দানিয়েল ওৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)