অস্ত বেলিৰ জীয়া কাহিনী-দিব্যজ্যোতি মালো

©Admin
0
উদগম হলো মই প্ৰাতঃকালত
 পূৱৰ সেই সৰু এক কোণত
  অভ্যাগত হৈছোঁ মই 
   সকলোৰে ঘৰত।

সংকেত দিছোঁ মই ধাউতিৰ কামত
 নিৰাকাৰ ঈশ্বৰে কৈছে মোক
  অভ্ৰভেদী লাগে ধৰাধামত আলোক।

ব্ৰহ্মাণ্ডৰ মই প্ৰাতঃৰ ভূষণ
 তথাপিও স্থান মোৰ সেই
  পশ্চিম পৰ্বতৰ অনন্তত।

অস্ত বিয়লিত মুক্তি কমল
 আকৌ থাকে আশাত অলপ
  অংগীকাৰ মোৰ প্ৰাতঃ লহৰৰ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)