২১ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

২১ মাৰ্চ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৮২৯ চনত স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত হৈছিল।

২/ আজিৰ দিনটোতে ১৮৩৬ চনত কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হৈছিল।

৩/ আজিৰ দিনটোতে ১৬৮৫ চনত জাৰ্মান সাহিত্যিক জোহান চেবাষ্টিয়ান বাকৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৯০২ চনত অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক মহীচন্দ্ৰ মিৰিৰ জন্ম হৈছিল ।

৫/ আজিৰ দিনটোতে ২০০৩ চনত ভাৰতীয় সাহিত্যিক শিৱানীৰ মৃত্যু হৈছিল।

৬/ আজিৰ দিনটোতে বিশ্ব কবিতা দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)