তুমি-পল উৎপল গোহাঁই

@admin
0
তুমি আহিবা বুলি হয়তো
মই টেটেলী জোপাৰ তলত
ৰৈ থাকোঁতেই গ’ল 
ৰৈ আছোঁ মই
তোমাৰ বাবে
মনে বাৰে বাৰে
তোমাকে বিচাৰে
ভবাটো নাছিলোঁ মই
মোৰ যে এদিন এনে হব
আঁতৰাই নিব তোমাক
মোৰ পৰা বহু দূৰৈত
সেই সময় সলনি হ'ল অ
আৰু
সলনি হ'লা তুমি
কিনো কম কৰিম
এইয়াটো জীৱন ৷
 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)