আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
জন্ম***
১৭১২ - এডৱাৰ্ড মোৰে, ইংৰাজ কবি।
১৮৬৮ - ৰবাৰ্ট মিলিকান, আমেৰিকান পদাৰ্থবিজ্ঞানী।
১৯৩১ - বাৰ্টন ৰিখটাৰ, নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী।
১৯৪৯ - গুণাৰাম খনিকৰ, অসমীয়া বনৌষধি বিশেষজ্ঞ। (মৃত্যু: ৭ জানুৱাৰী, ২০১৬)
১৯৬০ - ৰাগিনী ত্ৰিবেদী, ভাৰতৰ ধ্ৰুপদী সংগীতশিল্পী।
মৃত্যু***
১৮৯২ - বিষ্ণুপ্ৰিয়া দেৱী, অসমীয়া কবি।
১৯৭৭ - এ. কে. গোপালন, ভাৰতীয় ৰাজনীতিক।
২০১৬ - ৰিটা গাম, আমেৰিকান অভিনেত্ৰী।
দিৱস***
বিশ্ব জল দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)