দু: সময় -ৰাতুল চেতিয়া ফুকন

Rinku Rajowar
0
তেজৰ নৈ এখন বুকুত লৈ অহা সন্ধিয়া টো 
আৰু
নীড় হেৰুৱাই বিভ্ৰান্ত হোৱা পক্ষীৰ কাকলিত
মুখৰ এখন আকাশৰ হাহাকাৰ ,
এতিয়া প্ৰাত্যহিক ছবি।
পলে পলে সলনি হয় বাসৰ পৃথিৱী ত্ৰাসৰ পৃথিৱীলৈ।
সপোন হেৰুৱাৰ দুৰ্ভাৱনাত
প্ৰতিদিন ভয়াৰ্ত যাপন ।
আস্ কি দু: সময় ।


▪️ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)