আমি অসমীয়া জাতি - মিন্টু গোৱলা

©Admin
0
আমি সকলোৱে অসমীয়া জাতি
আমি অসমত বাস কৰো।
আমি অসমীয়া জাতি
খৰ্ব কৰিব নিবিচাৰোঁ,
আমি অসমক কোনোপধ্যেই 
ৰোধিব নিদিওঁ
অসমত অসমীয়াৰ তেজ আছে 
আমি অসমক বাংলাদেশ
কৰিব নিবিচাৰোঁ।
শংকৰ মাধৱে গঢ়ি যোৱা স্বৰ্ণৰ জাতি
বিষ্ণু, জ্যোতি, ভূপেনদাই গাই যোৱা সংগীতৰ ধ্বনি
আজিও আমি অসমীয়া জাতি।
        

মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)