আপোনাক লাগে-অনুস্কা বৰা

@admin
0
আপুনি মোৰ একপক্ষীয় প্ৰেম
মই জানোঁ আপোনাৰ হৃদয়ত,
মোৰ প্ৰৱেশ নিষিদ্ধ
হ'লেও আপোনাক লাগে।
মই জানোঁ আপুনি মোৰ
কেতিয়াও হ'ব নোৱাৰে ,
কাৰণ আপুনি যে আনৰ
হ'লেও যে আপোনাক লাগে।
মই জানোঁ সকলোবোৰ
বিচাৰিলেই পোৱা নাযায়,
ভাগ্যত নাথাকে যে সকলো
হ'লেও যে আপোনাকেই লাগে।
শুনক চোন, কিয় নাজানোঁ
কিন্তু আপুনি আনৰ হোৱা স্বত্ত্বেও,
আপোনাক আনৰ বুলি ভাবিব নোৱাৰোঁ
কাৰণ মোক যে আপোনাকেই লাগে।


                                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)