২৬ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0
২৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৯টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৫৬৪ চনত ইংৰাজ কবি আৰু নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰক দীক্ষিতকৰণ কৰা হৈছিল।
২/ আজিৰ দিনটোতে ১৯২১ চনত ভাৰতীয় ৰাজনীতিবিদ তথা লেখক নিবাৰণ বৰাৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৩২ চনত এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী মাইকেল স্মিথৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৩৭ চনত ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক ষ্টেন স্বামীৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৫৮৯ চনত ভাৰতীয় সংগীতজ্ঞ তানসেনৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ১৯২০ চনত  ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)