সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম ব্যক্তিজন কোন?
উত্তৰ - ছাৰ চৈয়দ ছাদুল্লা।
২/অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ -১৯৪৮ চনত।
৩/অসমত তামৰ আকৰ থকা ঠাইখনৰ নাম কি?
উত্তৰ - ধুবুৰী জিলাৰ মহামায়া পাহাৰ।
৪/প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ - ধৰ্মপুস্তক ।
৫/সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কৌন আছিল?
উত্তৰ - দেৱকান্ত বৰুৱা।
৬/অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ -১৯৮৫ চনৰ ১৫ আগষ্টত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)