১১ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0

১১ এপ্ৰিল  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৪টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৯০৫  চনত আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব (থিয়ৰী অফ ৰিলেটিভিটি) প্ৰকাশ কৰে।

২/ আজিৰ দিনটোতে ১৯১৯ চনত আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।

৩/ আজিৰ দিনটোতে ১৯৭০ চনত এপোলো ১৩ উৎক্ষেপণ কৰা হয়।

৪/ আজিৰ দিনটোতে ১৮২৫ চনত জাৰ্মানীৰ বিচাৰক তথা দাৰ্শনিক ফাৰ্ডিনাণ্ড লাচালেৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৮৬৯ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱী তথা মহাত্মা গান্ধীৰ পত্নী‌ কস্তুৰবা গান্ধীৰ জন্ম হৈছিল।

৬/ আজিৰ দিনটোতে ২০০১ চনত ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ কমল ৰণদিৱেৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)