সাধাৰণ জ্ঞান - কুইজ

©Admin
0

১/ 'বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৮৯০ চনত।

২/ ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰ:- কৃষ্ণপ্ৰসাদ দুৱৰা।

৩/ ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?

উত্তৰ:- ১৯০৭ চনত।

৪/'বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ:- ১৯০৯ চনৰ ডিচেম্বৰ মাহত।
৫/ 'আৱাহন’ কাকতখন কোন চনত প্রকাশ পাইছিল?

উত্তৰ:- ১৯২৯ চনত।
৬/ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি?

উত্তৰ:- পাটমুগী।

৭/ছনেটৰ জন্মদাতা কোন?

উত্তৰ:- ইটালী কবি পেট্রাক।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)