ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰ - কৰণ ৰবিদাস

©Admin
0
হে বাবা চাহেব আম্বেদকাৰ
আপুনি বহু  ঘাত-প্ৰতিঘাতেৰে ভৰা সংগ্ৰাম কৰি,
দলিতক কৰিলে উদ্ধাৰ,
জ্ঞানৰ অমৃত মন্থন কৰিলে  
ভাৰতৰ অস্পৃশ্যতা  
  বিনাশৰ বাবে সংগ্ৰাম কৰিলে।
মানৱক মানৱতা বোধ কৰালে । 

হে ভাৰতৰত্নধৰ ,
ৰাষ্ট্ৰীয় সংবিধানৰ  আপুনিয়ে খনিকৰ
আপুনি দাৰ্শনিক, দূৰদৰ্শী প্ৰতিভাধৰ।
আপুনিয়ে দিলে আমাক সমতাৰ অধিকাৰ ।
নাশ কৰিলে ভাৰতৰ উচ্চ-নীচৰ  যুদ্ধ ।

হে  আইনজ্ঞধৰ ,
আপুনি দিয়া অৱদানৰ আমি সকলো গৌৰৱান্বিত ,
আপুনি সকলো ভাৰতীয় হৃদয়ত  অমৰ 
আপোনাক চালাম শত-সহস্ৰ প্ৰজন্মৰ....


                         কৰণ ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)